অসমীয়া ব্যাকৰণৰ যুক্তাক্ষৰ সমুহ axomgyan

 অসমীয়া ব্যাকৰণৰ যুক্তাক্ষৰ সমুহ


(১) ক্ট = ক + ট = বেক্টেৰিয়া
(২) ক্ত = ক + ত = শক্তিশালী
(৩) ক্ৰ = ক + ৰ = ক্ৰমে
(৪) ক্ল = ক + ল = ক্লাব
(৫) ক্ষ = ক + ষ = নক্ষত্ৰ
(৬) ক্য = ক + য = বাক্য
(৭) খ্ৰ = খ + ৰ = খ্ৰীষ্টাব্দ
(৮) খ্য = খ + য = সংখ্যা 
(৯) গ্ৰ = গ + ৰ = সমগ্ৰ
(১০) চ্ছ = চ + ছ = বিচ্ছেদ
(১১) চ্চ = চ + চ = উচ্চাৰণ
(১২) জ্য = জ + য = ৰাজ্য
(১৩) জ্ঞ = জ + ঞ =  জ্ঞান
(১৪) ত্ত = ত + ত = উত্তৰ
(১৫) ত্ম = ত + ম = ধনাত্মক
(১৬) ত্য = ত + য = নৃত্য
(১৭) ত্ৰ = ত + ৰ = ত্ৰয়োদশ
(১৮) ণ্ড = ণ + ড = দণ্ড
(১৯) ণ্ট = ণ + ট = ঘণ্টা
(২০) দ্ব = দ + ব = দ্বাদশ
(২১) দ্দ = দ + দ = উদ্দেশ্য
(২২) দ্ভ = দ + ভ = উদ্ভিদ
(২৩) দ্য = দ + য = বিদ্যালয়
(২৪) ধ্ব = ধ + ব = ধ্বংস
(২৫) ন্দ = ন + দ = কান্দোন
(২৬) ন্ম = ন + ম = জন্ম
(২৭) ন্ন = ন + ন = বিভিন্ন
(২৮) ন্ধ = ন + ধ = আন্ধাৰ
(২৯) প্ৰ = প + ৰ = প্ৰথম
(৩০) প্ত = প + ত = গুপ্ত
(৩১) প্প = প + প = হৰপ্পা
(৩২) ব্ৰ = ব + ৰ = ব্ৰহ্মপুত্ৰ
(৩৩) ব্য = ব + য = ব্যৱহাৰ
(৩৪) ব্দ = ব + দ = শব্দ
(৩৫) ভ্ৰ = ফ + ৰ = ভ্ৰমণ
(৩৬) ম্ব = ম + ব = সম্বোধন
(৩৭) ম্প = ম + প = সম্পূৰ্ণ
(৩৮) য্য = য + য = সাহায্য
(৩৯) ৰ্ম = ৰ + ম = কৰ্ম
(৪০) ৰ্দ = ৰ + দ = নিৰ্দেশ
(৪১) ৰ্ত = ৰ + ত = বৰ্তমান
(৪২) ৰ্ব = ৰ + ব = আশীৰ্বাদ
(৪৩) ৰ্থ = ৰ + থ = প্ৰাৰ্থনা
(৪৪) ৰ্ণ = ৰ + ণ = পূৰ্ণ
(৪৫) ৰ্য = ৰ‌ + য = কাৰ্য
(৪৬) ল্ল = ল +ল = উল্লেখ
(৪৭) ল্প = ল + প = গল্প
(৪৮) শ্ৰ = শ + ৰ = শ্ৰেণী
(৪৯) শ্ম = শ + ম = শ্মশান
(৫০) শ্ব = শ + ব = শ্বহীদ
(৫১) ষ্ট = ষ + ট = সৃষ্টি
(৫২) ষ্ম = ষ + ম = গ্ৰীষ্মকাল
(৫৩) ষ্ঠ = ষ + ঠ = জনগোষ্ঠী
(৫৪) ষ্য = ষ + য = মনুষ্য
(৫৫) ষ্ক = ষ + ক = আবিষ্কাৰ
(৫৬) স্ক = স + ক = স্কুল
(৫৭) স্থ = স + থ = স্থাপন
(৫৮) স্ব = স + ব = স্বীকাৰ
(৫৯) স্ম = স + ম = স্মৃতি
(৬০) স্প = স + প = স্পৰ্শ

Post a Comment (0)
Previous Post Next Post